তুমি এটি কাহিনী,
জানো এইয়া যে এটি আধৰুৱা কাহিনী,
এইয়া এটি আধৰুৱা কবিতা,
এটি সন্ধানহীন যাত্ৰা,
এটি যাত্ৰা যাৰ নাই কোনো ঠিকনা,
নাই বুলি জানিও নাজানো কিয় আজি এই মনে কেৱল তোমাকে বিচাৰে, নাজানো কিয়?
এই উপন্যাসখন এটি আধৰুৱা পৃষ্ঠাত ৰৈযাব,
কিতাপৰ পৃষ্ঠাত হয়তো পঢ়িবলৈ একো নাথাকিব বুলি জানিও আজি মনে তোমাকে বিচাৰে…
ইয়াৰ অন্ত নাই, প্ৰতিটো ক্ষণতে এটি ভয় লৈ জীয়াই আছো,
হয়টো কালিলৈ নাথাকিব এই ফাগুনৰ পছোৱা বা…
কেৱল আৰম্ভণিয়ে সোৱাদ ল’ব আমাৰ পবিত্ৰ প্ৰেমৰ…
2 comments
Priyanka bora
তুমি কেবল মোৰ হোৱা
nitu medhi
next