Curious to know the best Assamese songs by Assam's cultural icon Bhupen Hazarika?
Today, we bring you the ultimate Bhupen Hazarika song list.
We will discover the 100 best Assamese songs by the legandary singer.
Check the list below!
1. মই এটি যাযাবৰ।
2. মানুহে মানুহৰ বাবে।
3. অ' বিদেশী বন্ধু।
4. বিস্তীৰ্ণ পাৰৰে।
5. বুকু হয় হয় কৰে।
6. শৰতৰ শেৱালী।
7. আকৌ যদি যাব লাগে শৰাইঘাট লৈ।
8. আকৌ শৰাইঘাট।
9. আমি অসমীয়া নহওঁ দুখায়া।
10. লুইত পৰীয়া ডেকা বন্ধু।
11. প্ৰতিধ্বনী শুনো।
12. বিমূৰ্ত মোৰ নিশাটি যেন।
13. কঁপি উঠে কিয় তাজমহল।
14. মোৰ গীতৰ হেজাৰ শ্ৰোতা।
15. ক'ত জোৱানৰ মৃত্যু হ'ল।
16. সৌ কাজলি কাজলি মেঘ।
17. আহ আহ ওলাই আহে।
18. আকাশী গঙ্গা বিচৰা নাই।
19. নিয়ৰ ৰে ফুল।
20. তুমি নতুন পুৰুষ।
21. সেউজী পাৰৰে।
22. মহাবাহু ব্ৰহ্মপুত্ৰ।
23. মই লাচিতে কৈছোঁ।
24. চিৰ যুগমীয়া ঢৌ তুলি।
25. কঁহুৱা বন মোৰ অশান্ত মন।
26. জীৱন-সিন্ধু বহু বিন্দুৰে হয়।
27. এ’ ৰাধাচূড়াৰ ফুল গুঁজি।
28. এটি মনৰ দুটি মানুহ।
29. এটুকুৰা আলসুৱা মেঘ।
30. অ’ কাজলি বৰণ কন্যা তোমাৰ নাই তুলনা।
31. আসমী আইৰে লালিতা-পালিতা।
32. অস্ত আকাশৰে।
33. আকাশী গঙ্গা বিচৰা নাই।
34. অ’ নতুন মনৰ তৰুণ তৰুণী।
35. আজি ব্ৰহ্মপুত্ৰ হ'ল বিহ্নিমান।
36. আনৰ কাৰণে জীৱন-শলিতা
37. কাজিৰঙা, কাজিৰঙা কাজিৰঙা ভয়াবহ নহয়।
38. জিলমিলীয়া কোমল বালি।
39. জিলিকাব লুইতৰে পাৰ।
40. জীৱন-ঘড়ীৰ প্ৰতিটো পল। জীৱনজোৰা খ্যাতিয়ে যদি।
41. জুয়ে পোৰা তিৰাশীৰ।
42. অ’ অভিমানী বন্ধু।
43. অ’ ককাইটি অ’।
44. অ’ তই অবুজ মন অ’।
45. অ’ বিহুৰেনো বিৰিণা।
46. অ’ মোৰ ধৰিত্ৰী আই।
47. আগ্নিযুগৰ ফিৰিঙতি মই।
48. অটোৰিক্সা চলাওঁ।
49. অতীতৰ বুৰঞ্জী লিখকে লিখিছিল।
50. অসম আমাৰ ৰূপহী।
51. নিজকে দেখি আজিকালি।
52. পলাশৰে ৰং।
53. পক্ষীৰাজ ঘোঁৰা।
54. পাগলাদিয়াৰ পাৰে পাৰে।
55. পাৰ ভাহি দিলে শ্ৰীমন্ত শংকৰে।
56. পাচলিৰ বাগিচা।
57. পাহাৰ-ভৈয়ামৰ সংগম থলীতে।
58. পাহাৰৰ সিপাৰে।
59. প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক।
60. প্ৰথম নহয় দ্বিতীয় নহয়।
61. ফুট গধূলিতে কপিলী খুঁটিতে।
62. কি মায়া জৰীৰে বান্ধিলা গোহাঁই ঐ।
63. বৰদৈচিলা নে সৰুদৈচিলা নে।
64. ভাবিছিলা এবুকু ভৰাই।
65. মই যেতিয়া এই জীৱনৰ।
66. মই যেন আজীৱন।
67. মদাৰৰে ফুল হেনো।
68. মহাত্মাই হাসি বোলে।
69. মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ।
70. মাঘত দেখো উৰুকাৰ নহয়।
71. অ’ আমি তেজাল গাঁৱলীয়া।
72. অ’ মালতী কথা এটি।
73. জীন্দাবাদ মেণ্ডেলা।
74. প্ৰথম প্ৰহৰ ৰাত্ৰি।
75. আকাশ বিশাল।
76. গৌৰীপুৰীয়া গাভৰু।
77. জীৱনটো যদি অভিনয় হয়।
78. মিলনৰে এই শুভ ক্ষণ।
79. মেলে গি্ৰ গি্ৰ কৰে।
80. আই সৰস্বতী অ’।
81. কলিৰ কৃষ্ণ।
82. কি যে তোমাৰ সংগ প্ৰিয়া।
83. চিক্ মিক্ দেৱালীৰ বন্তি জ্বলে।
84. চিৰযুগযমীয়া ঢৌ তুলি।
85. তীৰাপ সীমান্ত।
86. ডিফু হ'ল তোমাৰ নাম।
87. তপ্ত তীখাৰে, অগ্নি শক্তি।
88. তুমি বিয়াৰ দিনা নিশাৰ শয়ন পাটিৰ।
89. তেজ দিলা প্ৰাণ দিলা।
90. তোমাৰ দেখো নাম পত্ৰলেখা।
91. অ’ অসমীয়া ডেকা দল।
92. অসম আমাৰ জননী।
93. অ’ মোৰ প্ৰিয় জনগণ।
94. আহিছোঁ বৈৰাগী এন্ধাৰ বাটত।
95. আই তোক কিহেৰে পূজিম।
96. আমাৰ সমাজৰ নতুন পুৰুষৰ।
97. এই পৃথিবী এক ক্ৰীড়ঙ্গন।
98. কালজয়ী মণিৰাম।
99. কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে।
100. গুৱাহাটীৰ কোনোবা এটি।
So, this brings us to the end of this blog post.
If you need more content such as this, do follow our blog.
And if you are a die hard Bhupen Hazarika fan, we suggest you check out our Bhupen Hazarika Song T-shirt Collection.
They are a perfect way to show your love... and pay tribute to an icon that we all love!
Till next time...
Cheers!