20 Best Assamese Captions For Facebook

Looking to spice up your Facebook posts with some cool Assamese vibes?

Whether you’re sharing a selfie, a mood, or just showing love for your culture—these 20 best Assamese captions for Facebook will do the talking for you.

Short, smart, and full of flavour!

 

  1. নিজৰ জীৱনৰ যুদ্ধখন নিজেই যুঁজিব লাগিব, জ্ঞান বহুতেই দিব কিন্তু, সংগ কোনোৱে নিদিয়ে।

 

  1. মানুহৰ পাছত যি খোজ কাঢ়ে তাৰ নাম ছায়া, আৰু মানুহ যাৰ পাছত খোজ কাঢ়ে তাৰ নাম মায়া…।

 

  1. পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওঁক কিয়, মনৰ পৰা যদি সহজ বুলি ভাৱি লোৱা তেন্তে সকলো সহজ হৈ পৰে।

 

  1. সপোন যিমান ৰঙীন হয়, বাস্তৱ সিমানেই কঠিন হয়।

 

  1. ভালপোৱাই হওঁক বা বন্ধুত্বই হওঁক,  বেয়া সময় আহিলে বুজা যায় সম্পর্কটো কিমান গভীৰ।

 

  1. সৎ পথত চলিলে হয়তো কষ্ট হ’ব, কিন্তু জয় এদিন তোমাৰেই হ’ব।

 

  1. সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্র এজনক পাবা আৰু সেইজন স্বয়ং তুমি নিজেই।

 

  1. কাৰােবাৰ মন জয় কৰি তুমি যিমান সুখী হ’বা, তাতকৈ কাৰােবাৰ বিশ্বাস জয় কৰি বেছি সুখী হ’বা, কাৰণ সকলােবােৰ সস্পর্কৰ মূলমন্ত্র হ’ল বিশ্বাস।

 

  1. যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা, সেইটো বস্তু নাপাবও পাৰা, কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা, সেইটো বস্তু নিশ্চয় পাবা।

 

  1. মানসিক শান্তিয়ে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখ।

 

  1. মই স্বার্থপৰ বা অহংকাৰী নহয়, মাথোঁ সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই।

 

  1. বন্ধুৰ পৰিচয় বিপদত পাবা, ভাইৰ পৰিচয় পাবা কাজিয়াত আৰু পত্নীৰ পৰিচয় পাবা দৰিদ্রতাত।

 

  1. আটাইতকৈ ভাল ঔষধ হ’ল “হাঁহি”, আটাইতকৈ ভাল সম্পত্তি হ’ল “বুদ্ধি”,

আটাইতকৈ ভাল অস্ত্র হ’ল “ধৈর্য্য”, 

আটাইতকৈ ভাল সুৰক্ষা হ’ল “বিশ্বাস” আৰু 

আটাইতকৈ ডাঙৰ আৰু আনন্দৰ কথাটো হ’ল যে এই সকলোবোৰ বিনামূলীয়া।

 

  1. জীৱনত আগবাঢ়ি যাবলৈ হ’লে, কিছুমান কথাত গুৰুত্ব দিয়াটো বাদ দিব‌ই লাগিব।

 

  1. স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়, অলপ দেৰিকৈ হ’লেও জীৱনত সকলোৱে এই কথাষাৰ বুজি পায়।

 

  1. জীৱনৰ কঠিন সময়ত, আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল ধৈৰ্য্য।

 

  1. জীৱনত হয় জিকিবা, নহ’লে শিকিবা… হাৰিলোঁ বুলি ভাবি নিজৰ সন্মুখত দেৱালখন নিজে গাঁঠি নলবা।

 

  1. সকলোতকৈ ডাঙৰ গুৰু মন্ত্ৰ হৈছে, কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহলে আপোনাক ধ্বংশ কৰি দিব।

 

  1. সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা শিক্ষা লোৱাটো।

 

  1. কালি যি হৈ গ’ল সেইয়া পাহৰিবলৈ সাহস লাগিব, আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব আৰু কাইলৈ যি হ’ব ভালেই হ’ব বুলি ভাবিবলৈ ভৰষা লাগিব।

 

That’s a wrap on our favourite Assamese captions! for Facebook

Whether you picked one or saved them all, go ahead and give your next post that perfect local touch.

Stay expressive, stay original—and let your captions speak your mood.

 

Blog Post Banner

Author Post

Add comment

Your email address will not be published. Required fields are marked

Related Articles

Kiba Prosno Ase? Chat with us!