Menu

  1. Home
  2. Blog
  3. 45 Best Assamese Captions For Instagram

45 Best Assamese Captions For Instagram

by FittingFattang.com, 26 Nov 2024

Are you looking for Assamese captions to post on Instagram?

 

Well, look no further!

 

Today we have for you 45 interesting Instagram captions for your fans and followers!

 

So, let's dive in; 

 

       1. মই স্বার্থপৰ বা অহংকাৰী নহয়, মাথোঁ সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই।

 

       2. সঁচা কথা মনে মনে সহ্য কৰি থাকিলে আপুনি ভাল, কিন্তু সন্মুখত চিধা চিধি কৈ দিলে‌ আপোনাৰ সমান বেয়া কোনো নাই।

 

       3. কষ্টৰ পৰিমান যেতিয়া বাঢ়ি যায় তেতিয়া মানুহে কান্দিব এৰি‌ মনে মনে থাকিবলৈ শিকি যায়।

 

       4. সেইজন মানুহ বহুত বেছি সংস্কাৰী যিজনে যিমান খংত থাকিলেও বেলেগৰ লগত কথা পতাৰ শিষ্টাচাৰ পাহৰি নাযায়।

 

       5. সৎ পথত চলিলে হয়তো কষ্ট হ'ব, কিন্তু জয় এদিন তোমাৰে হ'ব।

 

       6. সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্র‌ এজনক পাবা আৰু সেইজন স্বয়ং তুমি নিজেই ।

 

       7. যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা, সেইটো বস্তু নাপাবও পাৰা, কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা, সেইটো বস্তু নিশ্চয় পাবা ।

 

       8. গছৰ ডালত বহি থকা চৰাইটোৱে ডাল টো ভাগি যাব বুলি কেতিয়াও ভয় নকৰে, কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত বিশ্বাস থাকে, সেয়েহে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিবা ।

 

       9.মানসিক শান্তিয়ে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখ।

 

       10. বেলিটোও অকলশৰীয়া কিন্তু, সদায় পোহৰ দি থাকে, ঠিক সেইদৰে আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক সদায় নিজকে সুখী ৰাখক আৰু হাঁহি থাকক ।

 

       11. আজিৰ দিনত মানুহে মিছা কথা লাহেকৈ ক'লেও শুনা পায়, কিন্তু সঁচা কথা চিঞৰি থাকিলেও শুনা নাপাই।

 

       12. মানুহে তোমাক তেতিয়াহে ভাল বুলি কয়, যেতিয়া তোমাক তেওঁলোকৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব পাৰে।

 

       13. মানুহৰ মনটো হৈছে এক শক্তিশালী সজুঁলি, ইয়াক ভাল চিন্তাৰে পূৰণ কৰক আৰু আপোনাৰ জীৱন ভাললৈ সলনি হ'ব।

 

       14.  আনৰ পৰা অনুপ্ৰাণিত হৈ আমি আগবাঢ়িবলৈ আৰম্ভ কৰিবহে পাৰোঁ, কিন্তু আগবাঢ়িবলৈ আমি নিজৰ সাহস আৰু কঠোৰ পৰিশ্ৰম কৰিব‌ই লাগিব।

 

       15. নিজৰ ওপৰত বিশ্বাস ৰাখি, কঠোৰ পৰিশ্ৰম কৰিলে, আপুনি যিকোনো পৰিস্থিতিৰ সৈতে সংঘাত কৰি জয়ী হ'ব পাৰিব।

 

       16. তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্য্যক্ৰম সমূহ আগতে স্থিৰ কৰি লোৱা, দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব।

 

        17. সত্যৰ পথত চলাটো কিছু কঠিন নিশ্চয় হ'ব, কিন্তু সেই পথত আপোনাক কোনেও পেলাব নোৱাৰিব ।

 

        18. এইখন পৃথিৱীত আপুনি যিমান ভয় খাব, মানুহবোৰে তাতকৈ দুগুণ আপোনাক ভয় দেখুৱাব ।

 

       19. সুখ চন্দনৰ দৰে, কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয় ।

 

       20. জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও, জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিক ভাবে মৃত্যু হ'ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।

 

       21. কোনোবাই কয় মই বেয়া, কোনোবাই কয় মই ভাল, সঁচা কথা ক'বলৈ গ'লে যিয়ে যেনেকুৱা, তেওঁৰ ওচৰত মই তেনেকুৱা।

 

       22. সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো, আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।

 

       23. জীৱনত জটিল সময়ৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি।

 

       24. জীৱনটো তোমাৰ, গতিকে মানুহে কি ভাবিব, মানুহে কি ক'ব সেইবোৰ ভাবি সময় নষ্ট নকৰিবা ।

 

       25. প্ৰথমবাৰ ক্ষমা কৰি দিয়ক, দ্বিতীয়বাৰ আকৌ সুযোগ দিয়ক, তৃতীয়বাৰ আঁতৰি আহক ।

 

       26. জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচৰিছা, জীৱনৰ পৰা তুমি সেইটোহে পাবা যিটোৰ বাবে তুমি উপযুক্ত।

 

       27. মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা… সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিব ।

 

       28. উদেশ্য সৎ আৰু মনটো পৰিস্কাৰ হ'লে কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও আহি সহায় কৰি থৈ যায়।

 

       29. আপুনি দেখা সকলো সপোন দিঠকত সম্ভৱ, কেৱল সপোন দেখক আৰু কৰ্ম কৰি যাওক।

 

       30. সপোনৰ অবিহনে সফলতা কঢ়িয়াই আনিব নোৱাৰি আৰু সফলতা কৰ্মৰ অবিহনে পাব নোৱাৰি।

 

       31. জীৱনত যেতিয়া লৈকে সফল হৈ থাকিবা, তেতিয়ালৈকে মানুহৰ হাত তালিৰ শেষ নহয়। কিন্তু যেতিয়া তুমি ব্যর্থ হ'বা, lতেতিয়া তােমাক তুলি ধৰাত হাত আগবঢ়ায় দিয়া কোনাে নোলায়।

 

       32. খং উঠি কাকে এনেকুৱা একো কথা নক'বা,  খং কমিলে যি কথা ভাবি নিজকে সেইজনৰ ওচৰত সৰু যেন অনুভৱ হয়।

 

       33. যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা, সেইটো বস্তু নাপাবও পাৰা, কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা, সেইটো বস্তু নিশ্চয় পাবা।

 

       34. এজোপা ফুলৰ বাবে যিদৰে ৰ'দ বৰষুণৰ প্ৰয়োজন ঠিক সেইদৰে প্ৰশংসা আৰু সমালোচনাও জীৱনত আগুৱাই যাবলৈ প্ৰয়োজন।

 

       35. মানুহে কয় জীৱনটো খন্তেকীয়া, কিন্তু নিজৰ আশা পূৰণৰ আগমুহূৰ্তৰ সময়খিনি যে কিমান দীঘলীয়া অনুভৱ কৰা জনেহে বুজিব।

 

       36. শেষ বোৰ সদায় হাঁহি মুখে হ’ব লাগে বেলেগ একো নহ’লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে।

 

       37.  জীৱন‌ এক পথৰ যাত্ৰা, সুখ আৰু দুখৰ লগত।

 

       38. জীৱন‌ তেনেই চুটি, সুখী হ'বলৈ শিকা।  

 

       39. ধৈৰ্যৰে যি অৰ্জন কৰিব পৰা যায়, সেয়া শক্তি প্ৰয়োগ কৰিও অৰ্জন কৰিব নোৱাৰে।

 

       40. সুখী হোৱাৰ এটাই মূল মন্ত্ৰ, সেইয়া হৈছে মন খুলি হাঁহি থাকা।

 

       41. নিজৰ জীৱনৰ যুদ্ধ নিজেই যুঁজিব লাগিব, জ্ঞান বহুতে দিব,  কিন্তু সংগ কোনেও নিদিয়ে।

 

       42. যিয়ে আপোনাক দেখি ভিতৰে ভিতৰে জ্বলিব তেওঁলোকক কেতিয়াও ঘৃণা নকৰিব, কাৰণ তেওঁলোকে ভাবে আপুনি তেওঁলোকতকৈ বহুত উত্তম।

 

       43. তোমাক কোনোবাই নিন্দা কৰিলে তেওঁক মাথোঁ উপেক্ষা কৰা, মনত ৰাখিবা কুকুৰে মানুহক কামুৰিলেও, মানুহে কুকুৰক নাকামুৰে।

 

       44. জন্মগত ভাবে কোনেও ভাল আৰু বেয়া নহয়, ভাল আৰু বেয়া আশে-পাশে থকা পৰিস্থিতিয়ে বনাই দিয়ে।

 

       45. মানুহে সেইখন যুদ্ধত হাৰি যায়, যিখন যুদ্ধত নিজৰ আপোনবোৰেই শত্ৰু।

 

We hope you liked these Assamese captions for Instagram. 

 

For more content like this, keep following our blog.

 

And if you like all things Assam and Assamese, we suggest you check out our Assamese T-shirt Collections.

 

Till next time... 

 

Take care.