Do you like Assamese love quotes?
Well, look no further!
We have compiled the 21 best love quotes in Assamese that you should know.
So, here they are;
1. যদি আমি সঁচাকৈয়ে কাৰোবাক
ভাল পাবলৈ বিচাৰোঁ তেন্তে আমি
ক্ষমা কৰিবলৈয়ো শিকিব লাগিব
2. জোনাক নিশাৰ নিৰিবিলি পোহৰত
ঘাঁহনি এডৰাৰ সানিদ্ধ্যত
তোমাৰ কান্ধত মূৰ ৰাখি
জোনবাই চোৱাৰ আমেজ সুকীয়া
তাতে তোমাৰ হাতৰ চেঁচা পৰশ
তোমাৰ চকুযোৰিৰ গভীৰতাত
নিজকে তোমাতে বিলীন কৰি পাওঁ
3. প্ৰতিটো ক্ষণে মনটো পখিলাৰ দৰে উৰি যায় তোমাৰ কাষলৈ
4. আপুনি আৰু মই দুটা ৰূপ, দুখন মুখ, তথাপিও এক আমাৰ আত্মা
5. তুমি মোৰ হৈ থাকা চিৰদিন তোমাতেই শেষ হওঁক মোৰ জীৱন
6. তোমাৰ চকুতেই আছে সৰগৰ সুখ।তুমি কাষত থাকিলে পৃথিৱীৰ সকলো সুখেই মোক আৱৰি থাকে
7. তুমি মোৰ জীৱনৰ ৰং
তুমি মোৰ আৱেগ
তুমিয়েই সকলো
তোমাতেই মোৰ সকলো
8. কাঁচি জোনৰ পোহৰত বলিয়া এই মন
তোমাৰ ভাৱনাকে সোঁৱৰে প্ৰতিটো ক্ষনে
9. ভালপোৱা আজীৱন জীয়াই থাকে
কেতিয়াবা কবিতা হৈ, কেতিয়াবা স্মৃতি হৈ
10. মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ
প্ৰতিটো আশা, প্ৰতিটো সপোন… মাথোঁ তুমি
11. গীত আৰু শব্দৰ এটা যাদু আছে
যেতিয়া তুমি সুখী হোৱা
গীতটো অকল হোনা
কিন্তু যেতিয়া তুমি দুখী হোৱা
তেতিয়া তুমি গীতটো বুজি পোৱা
12. তুমি আহিবা বুলিয়েই আকাশ ডাৱৰীয়া বৃষ্টি অহা নাই নামি
তুমি আহিবা বুলিয়েই কৃষ্ণচূড়াৰ ফুলবোৰ এতিয়াও যোৱানাই সৰি
13. হিয়াৰ গভীৰ প্ৰেমৰ সুৱাস তুমি
কোমল হৃদয়ৰ ব্যাকুলতা তুমি
পুৱাৰ পোহৰৰ বেলিৰ প্রথমটো কিৰণ তুমি
মাজনিশা সপোনৰ সাৰথি তুমি
14. সময়ৰ সোঁতত প্ৰতিদিনে ইমানেই আপোন হৈ পৰিছা
প্ৰতিটো ক্ষণত মনলৈ অহা এক মাত্ৰ নাম হৈ পৰিছা
15. শব্দৰে নহয় বুকুৰ মাজত আলফুলে সাবতি মৌনতাৰে বুজাব বিছাৰো কিমান ভালপাওঁ তোমাক
16. হেৰাই যোৱা সপোন
আকৌ বিচাৰি যাম
তোমাক নাপালে
তুমি দিয়া মিঠা মিঠা স্মৃতি
তাতেই বিচাৰি পাম
17. প্ৰশ্ন যিটোৱেই হওঁক উত্তৰ তুমি
ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি
কষ্ট যিমানেই হওঁক সুখ তুমি
তোমাক যিমানেই খং নকৰোঁ কিয়
তথাপি মোৰ ভালপোৱা তুমি
18. শৰীৰ চুব পৰাটো নহয়
হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম
19. তোমাৰ পৰশে যেন দেহত পাখি গজাই দিলে
মনটো পখিলাৰ দৰে হৈ উঠিল
এতিয়া জীৱনৰ প্ৰতিটো ক্ষণত
তোমাৰ সৈতে উৰি ফুৰিবলৈ মন যায়
20. Sacrifice আমি তেতিয়াই কৰো
যেতিয়া সম্পৰ্কটোক আমি চিৰজীৱনৰ
বাবে ধৰি ৰাখিব বিচাৰো
21. জীৱনলৈ অহা কলা মেঘৰ আৱৰণে প্ৰতিটো ক্ষণে
মোক আঁকোৱালি লবলৈ চেষ্টা কৰিছে কিন্তু নোৱাৰিছে
তোমাৰ পৰশ, মৰম, সাহাৰ্য, ভালপোৱাৰ
কিৰণে তাক মোৰ কাষৰ পৰা আঁতৰাই ৰাখিছে
Did you like any of these?
If yes, share this blog post with your friends!
Talk to you again soon.
Till then, spread the love!