Assam is blessed with natural beauty.
Scenic tea gardens. Breathtaking hills. Rolling plains. Sweeping valleys. Awesome rivers. Amazing national parks.
It has them all.
So, in tribute to the green, fertile & salubrious state that we all live in, we have compiled 15 best Assamese quotes on nature.
Let's go.
1. প্ৰকৃতিৰ মাজতে নিহিত হৈ আছে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য আৰু সকলো দু:চিন্তাৰ পৰা মুক্তিৰ উপায়।।
2. প্ৰকৃতিক ভালপাবলৈ শিক্ষক…
প্ৰকৃতিৰ অবিহনে মানুহৰ কোনো অস্তিত্ব নাই।।
3. যেতিয়াই আমি পৃথিবীৰ সৌন্দৰ্যবোৰ দেখা নাপাওঁ, তেতিয়া আমি বুজা উচিত যে মনৰ ভিতৰত কৰবাত সৌন্দৰ্যবোধ ম্লান পৰিছে।।
4. বৃক্ষৰোপন এক মহান কাম কিয়নো ইয়াৰ দ্বাৰা সকলোৰে কল্যাণ হয়।।
5. এক বৃক্ষ দশ পুত্ৰ সম।।
6. ধুনীয়া পৰিবেশ নষ্ট কৰাটো এক জঘন্য অপৰাধ আৰু অপৰাধ বৰ্তমান সকলোৱে কৰি আছে কোনোধৰণৰ বাধা অনুভৱ নকৰাকৈ।।
7. প্ৰকৃতিৰ ৰূপবোৰৰ ভিতৰত জীৱনৰ প্ৰকৃত সৌন্দৰ্য্য নিহিত হৈ আছে, প্ৰাকৃতিক দৃশ্যই আমাৰ মনক আনন্দিত কৰে আৰু জীৱনৰ প্ৰকৃত সৌন্দৰ্য্যক উজ্জ্বল কৰি তোলে।।
8. প্ৰকৃতিয়ে আমাৰ হৃদয়ত প্ৰেম আৰু শান্তি আনে, প্ৰকৃতিৰ সান্নিধ্যত আমি শান্তি আৰু প্ৰেম অনুভৱ কৰো।।
9. প্ৰকৃতিৰ সৌন্দৰ্য্যই আমাৰ জীৱনক অৰ্থ প্ৰদান কৰে।।
10. জীৱনৰ প্ৰকৃত শান্তি প্ৰকৃতিৰ কোলাত লুকাই থাকে।।
11. প্ৰকৃতি আমাৰ গুৰু, প্ৰকৃতিৰ লগত সহবাস কৰিলেহে আমি প্ৰকৃত শিক্ষা লাভ কৰিব পাৰো, ধৈৰ্য্য ধৰিব লাগে, জীৱনটো কেনেকৈ সহজভাৱে ল’ব লাগে প্ৰকৃতিয়ে আমাক শিকাই।।
12. প্ৰকৃতি আমাৰ হৃদয়ৰ বাবে এক অমূল্য সম্পদ, যিটো কেৱল অনুভৱ কৰিব পাৰি, প্ৰকৃতিৰ সৈতে সংযোগে আমাৰ হৃদয়ক শান্ত কৰে আৰু জীৱনৰ মূল্যবোধক জাগ্ৰত কৰে।।
13. প্ৰকৃতিৰ সৌন্দৰ্যই আমাৰ মনক শান্ত কৰি জীৱনৰ জটিলতা লাঘৱ কৰে প্ৰাকৃতিক সৌন্দৰ্য্যই আমাৰ মনক শান্ত কৰি জীৱনৰ জটিলতা দূৰ কৰে।।
14. প্ৰকৃতি হৈছে মানুহৰ প্ৰাণস্পন্দন, যি সঞ্জীৱনী সুধা হৈ জীৱনক গতিশীল কৰি ৰাখিছে।।
15. প্ৰকৃতি হ'ল সকলো জীৱৰে প্ৰাণ, প্ৰকৃতি, প্ৰেমৰ অন্য এক নাম, প্ৰকৃতি হৈছে মাতৃ স্বৰূপ ।।
So, that's it.
We hope you liked these Assamese quotes on nature.
Keep following our blog for more content such as this.
And if you like all things Assam and Assamese, we suggest you check out our Assamese T-shirt Collections.
From thoughtful quotes to funny one-liners. From pop culture to popular memes. From fokora jujona to Bihu t-shirts. We bring you a range of Assamese t-shirt designs like no other.
Do check them out.
Until next time...
Cheers!