Menu

  1. Home
  2. Blog
  3. Fokora Jujona: 100 Best Assamese ফকৰা যোজনা You Should Know

Fokora Jujona: 100 Best Assamese ফকৰা যোজনা You Should Know

by FittingFattang.com, 25 Oct 2024

We love fokora jujona (ফকৰা যোজনা) here at FittingFattang.com.

 

They not just add to your vocabulary but also gives us a glimpse into traditional Assamese wisdom. 

 

If you like fokora jujona as much as we do, we suggest you take a look at our Fokora Jujona T-shirt Collection here.

 

Because we believe what better way to cherish those ancient pearls of wisdom than to actually wear one! 

So without further ado, let's dive into the Top 100 fokora jujona (ফকৰা যোজনা) that we love. 

 

     1. শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে 

     2. দহ ঠাই ফুৰে যি, দহ কথা শিকে সি

     3. মাতিলে ৰণলৈও যাবা, নামাতিলে ভোজলৈও নাযাবা

     4. মাকে চায় মুখলৈ ঘৈনীয়ে চায় হাতলৈ

     5. যেনে কুকুৰ তেনে তাঙোন

     6. দুই মহে যুঁজে বিৰিনাই মৰে

     7. নগ‌ই গড়গাঁৱৰ বতৰা কয়

     8. আছোঁ বগলী বাট চা‌ই কৰ পানী কেনি যায় 

     9. ভবা কথা নহয় সিদ্ধি বাটত আছে কনা বিধি

     10. অচিন কাঠৰ থোৰা নলগাবা

     11. লগ হ'লে লঙ্কালৈও যাব পাৰি

     12. ফাল কাটোতেই মাহৰ বতৰ গ'ল

     13. কথাত কটা যায় কথাত বঁটা পায়

     14. হাড় নাইকীয়া জিভা কয় কিবা কিবা

     15. কিতাপ কিনিব পাৰি জ্ঞান কিনিব নোৱাৰি 

     16. মুখে মধুৰ পেটে গধুৰ 

     17. শাকত নাখায় লোণ পিতিকাত যাই তিনিগুণ 

     18. ধন লবা লেখি বাট বুলিবা দেখি 

     19. যি মুলা বাঢ়ে তাৰ দুপাততে চিন

     20. টোপনিৰ চিকন পুৱা কটাৰিৰ চিকন গুৱা 

     21. আচলে বিচলে হস্তীৰো পাৱ‌ পিছলে 

     22. আগ নুগুনে গুনে পাছ লোভত মৰে বৰশীৰ মাছ

     23. নকতা খেৰৰ নস

     24. লুইতেহে জানে বঠা কিমানলৈ বহে

     25. ল'ৰা নষ্ট হয় বাটত ছোৱালী নষ্ট হয় ঘাটত

     26. কঠিয়াহে চুটি জেঠতে পৰা

     27. কঁঠাল চোৰৰ আঠাই সাক্ষী হাঁহ চোৰৰ মূৰত পাখি

     28. কান্দিলে ধাৰ সুত নেযায়

     29. জুহালত গঢ়িলেহে কমাৰে শালত গঢ়িব পাৰে

     30. জেতেকতে নাটে তেতেকতে ফাতে 

     31. সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ

     32. গছত কঁঠাল ওঁঠত তেল নাখাওঁতেই চেল বেল

     33. সকলো চৰায়ে মাছ খায় মাছৰোকাই বদনাম পাই

     34. এঙাৰ ধুলেও বগা নহয় 

     35. একে জুপি বাঁহৰে কোনো হয় লাঠি কোনো হয় যাঠি কোনো বাঢ়নীৰ কাঠি

     36. একে গছৰ পান সি কি হব আন

     37. এঘৰৰ পাট নাদ এঘৰৰ জৰী এঘৰে পানী তোলে ঘটং মটং কৰি

     38. ভোজন মিঠা নে বচন মিঠা

     39. খকুৱা গ'ল পাত কাটিবলৈ নিখকুৱাই মাটিতে খালে

     40. তুলসীৰ লগতে কল পতটুৱাৰ মুক্তি

     41. উলুৰ লগত বগৰী পোৰা

     42. আঠুৱা চাই ঠেং মেলা

     43. ৰাইজে নখ জোকাৰিলে নৈ বয়

     44. এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া

     45. অধিক মাছত বগলী কণা

     46. চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি

     47. লাগি থাকিলে মাগি নাখায়

     48. দিনৰ পাহাৰ ৰাতিৰ জুই তাকে নাচায় থাকিবা শুই

     49. চোৰেহে চোৰৰ ঠেং দেখে

     50. হৰিণাৰ মাংস‌ই বৈৰী

     51. আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা

     52. শগুণৰ শাওত বুঢ়া গৰু নমৰে

     53. দেহা থাকিলেহে বেহা, নহলে তিতা কেহা

     54. দেখাক দেখি কুকুৰে পাতে একাদশী

     55. অবুজনক বুজোৱা, ঢেৰুৱাৰ ঠাৰি সিজোৱা

     56. ধানটোৱে প্ৰতি কণটো, মানুহ টোৱে প্ৰতি মনটো

     57. নাচিব নাজানে চোতালখন বেঁকা

     58. কিনো ভমকৰ তালি, ভাল খন থৈ ফটা খন পালি

     59. দুষ্টৰ দুদিন, সন্তৰ শ দিন

     60. দুৰৰ ৰৌ-বৰালী, ওচৰৰ পুঠি-খলিহনা

     61. আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত

     62. গৰুৰ আগত টোকাৰী বায়, শিং জোঁকাৰি ঘাঁ খায়

     63. অভ্যাসৰ নৰ, কৰ্ণপথে কৰে সৰ

     64. ইয়াত মাৰিলোঁ টিপা, গড়গাওঁ পালেগৈ শিপা

     65. উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ

     66. উদঙীয়া গৰু, ঢাকনি নাইকিয়া চৰু

     67. এদেও, দুদেও, লোটা নিয়াৰ চেওঁ

     68. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল

     69. হলা গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে

     70. এৰিলে মন ঘোঁৰাৰ ছুটি, বান্ধিলে মন শিলৰ খুটি

     71. ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে আহে কাম

     72. ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক

     73. কটাৰী ধৰাবা শিলে, তিৰোতা বলাবা কিলে

     74. কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয়

     75. কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা

     76. কি ক আছিলা, কি ক হলা, খাবলে নাপাই শুকাই খীনাই গলা

     77. গছ কাটিলেই মুঢ়া, ছোৱালী আনিলেই বুঢ়া

     78. গাই আনিবা ৰিংটো বাটৰ, ছোৱালী আনিবা দিনটো বাটৰ

     79. গাখীৰতে মহৰ খুটি সান্দহতে হাত

     80. ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি

     81. ঘৰলৈ আহিলে ঢকুৱাৰ বেৰ, আলিবাটলৈ গলে বৰ চুৰিয়াৰ ফেৰ

     82. বহিব জানিলে মিটিয়েই পিৰা, খাব জানিলে চাউলেই চিৰা

     83. মন থাকিলে চন, বাকৰি মাটিতো ধন

     84. অতিপাত শলাগণী ফুচুলনিৰ চিন,

           আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।

     85. আই সমান হব কোন , নৈ সমান বব কোন ?

     86. আছে কাপোৰ আছে জাৰ,

            নাই কাপোৰ নাই জাৰ ।

     87. উৰহে কামোৰে ৰাতি , খঙত মাৰ খায় পাটি ।

     88. খাবৰ পৰত সাত ভাই , কামৰ পৰত কোনো নাই ।

     89. খাবলৈ নাই কণটো , বৰ সবাহলৈ মনটো ।

     90. ছোৱালী আনিবা মাক ভাল,

            মাটি কিনিবা মাজ খাল ।

     91. নাখাওঁ শালি ধানৰ ভাত, বোকাতো নিদিওঁ হাত

     92. বনৰ বাঘে নেখালেও মনৰ বাঘে খায়

     93. বাটি খালে আঁটি যায়, লুকাই খালে ঢুকাই যায় ।

     94. বাছি খাবা , জাগি শুবা ।

     95. নাগিনীয়ে ল’ৰা পালে, নগাই জাল খালে

     96. নকলে বোপায়ে চুৱাতে খায়, কলে আয়ে কিল খায়

     97. টেঙাৰ সোৱাদ ঔ , মাতৰ সোৱাদ বৌ

     98. গৰু চাবা গধুলী, ৰোৱা চাবা পোৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা

     99. এশ গৰু মাৰিলে বাঘৰো মৰণ

     100. এনেয়ে মৰিছো ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত

 

So, this brings us to the end of our list of fokora jujona (ফকৰা যোজনা).

 

We hope these gems gave you some food for thought. 

 

Reflect on them and try to imbibe their message. 

 

Better still, incorporate their teachings in your day to day life. 

 

And of course, do not forget to check out our Fokora Jujona t-shirts!

 

See you next time!