Menu

  1. Home
  2. Blog
  3. 25 Magh Bihu Wishes in Assamese

25 Magh Bihu Wishes in Assamese

by FittingFattang.com, 04 Nov 2024

Tired of wishing a happy Magh Bihu the same way every year? 

 

Try something new this year!

 

In this blog post, we bring you 25 unique Magh Bihu wishes in Assamese that you can make use of.  

 

So, let's begin.

 

   1. নিয়ৰ সৰা গধুলি,

       মাঘ মাহৰ জাননী,

       মেজিৰ তলৰ ধেমালি,

       চোৱা আহি পালে ভোগালী।

       ভোগালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা ওলগ যাচিলোঁ।

 

   2. মাটি মাহৰ সোৱাদেৰে,

       মিঠা আলুৰ মিঠাৰে,

       বৰা চাউলৰ আঠাৰে,

       জহা চাউলৰ সুগন্ধিৰে,

       ভোগালীৰ ৰং ধেমালিৰে উপচি পৰক তোমাৰ জীৱন, 

        তাৰে কামনাৰে… মাঘ বিহুৰ শুভেচ্ছা জনালোঁ।

 

   3. মেজিৰ পোহৰৰ দৰে উদ্ভাসিত হৈ পৰক তোমাৰ জীৱন,

       তাৰে কামনাৰে তোমালৈ আৰু তোমাৰ পৰিয়ালৰ সকলোলৈ ভোগালী বিহুৰ আন্তৰিক আৰু হিয়া ভৰা শুভেচ্ছা যাঁছিলো।

 

   4. মেজিৰ পবিত্ৰ জুইয়ে তোমাৰ হৃদয় উমাল কৰি তোলক।

       ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পবিত্ৰ উমেৰে তোমাৰ জীৱন ৰঙীন আৰু সুখময় হ‌ওঁক।

       এই কামনাৰে তোমাৰ লগতে তোমাৰ পৰিয়ালৰ সকলোলৈ ভোগালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ।

 

   5. গুৰৰ মিঠাই আৰু তিলৰ লাৰুৰ সু-স্বাদুয়ে তোমাক আনন্দিত কৰক।

       তোমাক আৰু তোমাৰ পৰিয়াললৈ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

 

   6. ভোগালীয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে মনবোৰ সমৃদ্ধ কৰক,

       কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস।

       তাৰেই কামনাৰে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ।

 

   7. আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ভোগালীৰ উৰুকা আৰু মাঘ বিহুৰ আন্তৰিক শুভ কামনা আৰু হিয়াভৰা শুভেচ্ছা জনালোঁ।

 

   8. আপোনালৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল।

       আহি থকা দিন বোৰ সুখ, শান্তি ,সমৃদ্ধি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক।‌

       তাৰেই কামনাৰে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

   9. ভোগালীৰ ভোগেৰে, মেজিৰ উমেৰে, তোমালৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ।

 

  10. মেজিৰ জুইয়ে নাশ কৰক দুৰ্যোগ, অপায় অমংগল, আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱনলৈ বৈ আহক শান্তিৰ সোঁত।

        তাৰেই কামনাৰে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।

 

  11. ভোগালীৰ উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পবিত্ৰ উমেৰে আপোনাৰ জীৱন সুখময় হ‌ওঁক।

        তাৰেই কামনাৰে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

   12. উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিবেশত আপোনালৈ জনাইছোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভ কামনা।

 

   13. ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। ভোগালীৰ ভোগে জীপাল কৰক আপোনাৰ মন। 

   14. উৰুকাৰ এই পবিত্ৰ ক্ষণত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

          লগে-ভাগে এসাঁজ খোৱাৰ এই সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি উলহ মালহেৰে পাৰ হওঁক ভোগালীৰ উৰুকা।

 

   15. আপোনালৈ অসমীয়া জাতিৰ হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

   16. ভোগালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।

         মেজিৰ অগ্নিশিখাই অপশক্তি নাশ কৰক,

          ন-শস্যই আপোনাৰ জীৱনলৈ সমৃদ্ধি আনক।

 

   17. ভোগালীৰ আন্তৰিক শুভেচ্ছাৰে… আপোনাৰ জীৱন আনন্দৰে উপচি পৰক,

         সুখ, স্বাচ্ছন্দৰ মাজেৰে বাগৰি যাওঁক প্ৰতিটো বছৰ, মেজিৰ জুইত নাশ হ‌ওঁক অসূয়া অপ্ৰীতি।

         তাৰেই কামনা কৰিলোঁ।

 

   18. এই মেজিৰ জু‌ইত নিপাত যাওঁক সকলো অসূয়া অপ্ৰীতি।

         আপোনালৈ মাঘ বিহুৰ আন্তৰিক শুভ কামনা।

 

   19. ভোগৰ উৎসৱ ভোগালীয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে মনবোৰ সমৃদ্ধ কৰি তোলক। তাৰে কামনা কৰি ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

 

   20. এই মাঘ বিহুয়ে আপোনাক সফল হোৱাত আৰু আপোনাৰ লক্ষ্য পূৰণ কৰাত সহায় কৰক।  

         শুভ ভোগালী বিহু!

 

   21. প্ৰকৃতিৰ ফচলৰ সৌন্দৰ্য্য‌ই আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱনলৈ আশা আৰু আনন্দ কঢ়িয়াই আনক,

         আগন্তুক দিনবোৰ সুখ আৰু সমৃদ্ধিৰে ভৰি পৰক।

         তাৰেই কামনাৰে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

   22. ভোগালী বিহুৰ এই পবিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা জনালোঁ।

         আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ প্ৰত্যেক গৰাকী সদস্যৰ জীৱন যেন সুখী আৰু সমৃদ্ধিশালী হয়, তাৰেই কামনা কৰিলোঁ।

 

   23. নতুন শস্যক আদৰাৰ এই উৎসৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।

         তাৰেই কামনাৰে ভোগালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।

 

   24. ভোগালী বিহুৰ উপলক্ষে হিয়া ভৰা ওলগ জনালোঁ।

         এই পবিত্ৰ উৎসৱে তোমাৰ জীৱনলৈ সুখ - শান্তি আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰক,

         তাকেই কামনা কৰিলোঁ।

 

   25. আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱনত যেন এই বিহুৱে কঢ়িয়াই আনে সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা,

         তাৰে কামনাৰে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

 

We hope you have found one or two Magh Bihu wishes from those given above to make use of this year!

 

Keep following our blog for more content such as this. 

 

In case you are looking for interesting Magh Bihu gifts for friends or family, we recommend you check out our Bihu T-shirt Collection.

 

Till next time... 

 

Have a Happy Magh Bihu!