Menu

  1. Home
  2. Blog
  3. 30 Ways To Wish A Happy New Year in Assamese

30 Ways To Wish A Happy New Year in Assamese

by FittingFattang.com, 29 Oct 2024

A brand New Year is just around the corner. 

 

And you are looking for new ways to wish your friends and family a very happy New Year in Assamese.

 

Well, we've got you covered. 


In this blog post, you will learn 30 different New Year wishes in Assamese.

 

So, let's go!

 

 

   1. আপোনাৰ এই নতুন বছৰটো যাতে ১২ মাহ আনন্দৰে,

       ৫২ সপ্তাহ সুখেৰে, ৩৬৫ দিন সফলতাৰে,

       ৮৭৬০ ঘণ্টা সুস্বাস্থ্যৰে, আৰু ৫২৫৬০০ মিনিট সৌভাগ্যেৰে কাটে!

       তাৰে কামনাৰে... শুভ নৱবৰ্ষ!!

 

   2. নতুন বছৰটিয়ে তোমালৈ লৈ আনক অনেক সুখৰ আৰু আনন্দৰ বতৰা।

      দুখ বোৰ আঁতৰি সুখেৰে ভৰি পৰক তোমাৰ জীৱন,

      তাৰে কামনাৰে নববৰ্ষৰ আন্তৰিক শুভেচ্ছা যাছিলোঁ।

 

   3. নতুন বছৰৰ প্ৰতিটো মুহূৰ্তত ৰঙীন আৰু আগন্তুক দিনবোৰ সুন্দৰ আৰু সমৃদ্ধিশালী হওক!

       তাৰেই কামনাৰে… শুভ নববৰ্ষ!!

 

   4. কেৱল প্ৰথম দিনাই নহয়, বছৰৰ প্ৰতিটো দিনেই আপোনাৰ সুখ স্থায়ী হওক…
       শুভ নৱবৰ্ষ!!

 

   5. অনাগত দিনবোৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ ,শান্তি আনন্দৰ বতৰা ৷

       তাৰে কামনাৰে নববৰ্ষ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ

 

   6. নতুন বছৰটোত নতুন আশাৰে আপোনাৰ প্ৰতিটো দিন,

      প্ৰতিটো ক্ষন সুখৰ হ‌ওঁক, সফলতাৰে ভৰি পৰক আপোনাৰ জীৱন।

      তাৰে কামনাৰে নববৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

   7. তোমাৰ জীৱন যাত্ৰা হ‌ওঁক অতিকে সুখৰ আৰু আনন্দময়ী।

       কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ'বলগীয়া নহয়।

       তাৰেই কামনাৰে নববৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাঁছিলো।

 

   8. নতুন বছৰটিয়ে যেন তোমাৰ জীৱনলৈ নতুন সফলতা কঢ়িয়াই আনে|

       তাৰে কামনাৰে… শুভ নববৰ্ষ!!

 

   9. তোমালৈ নববৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

       নতুন বছৰে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।

       তাৰে কামনাৰে… শুভ নববৰ্ষ!!

 

   10. তোমাৰ সকলো আশা পূৰণ হ‌ওঁক, সকলো সপোন সত্য হওঁক,

         তাৰেই কামনাৰে নববৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।

 

   11. নববৰ্ষৰ বহুত বহুত শুভেচ্ছা যাছিলোঁ।

         আশা কৰোঁ আগন্তুক বছৰত আপোনাৰ সপোনবোৰ পূৰ্ণ হওঁক।

 

   12. এই নববৰ্ষত তোমাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱা।

         তাৰে কামনাৰে…শুভ নববৰ্ষ!!

 

   13. নববৰ্ষৰ শুভেচ্ছা যাছিলোঁ।

         নতুন বছৰটোৱে তোমালৈ কঢ়িয়াই আনক সুখ আৰু আনন্দৰ বতৰা। 

         এই কামনাৰে…শুভ নববৰ্ষ!

 

   14. নববৰ্ষৰ অলেখ শুভ কামনা যাঁছিলো।

         আশা কৰোঁ আগন্তুক বৰ্ষটো উচ্চাহ উদ্দীপনাৰে ভৰি পৰক।

         এই কামনাৰে…শুভ নববৰ্ষ!!

 

   15. অনাগত দিনবোৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি আৰু আনন্দৰ বতৰা।

         তাৰে কামনাৰে আপোনালৈ নববৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

   16. নতুন বছৰটোৱে তোমাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে,

         তাৰে কামনাৰে… শুভ নববৰ্ষ!!

 

   17. নতুন বছৰৰ নতুন কিৰণ।

        এই কিৰণৰ প্ৰতিটো স্পৰ্শই জী তোলক আপোনাৰ জীৱন।

        তাৰেই কামনাৰে  নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ।

 

   18. পুৰণি বছৰৰ দুখ-কষ্ট পৰিহাৰ কৰি ন ৰঙেৰে উদ্ভাসিত হৈ উঠক আপোনাৰ জীৱন 

         এই কামনাৰে…শুভ নববৰ্ষ!

 

   19. গৰকি অহা বছৰকেইটাৰ পোৱা-নোপোৱাৰ হিচাপটো একাষৰীয়া কৰি ন-উদ্দ্যমেৰে উপভোগ কৰক এই নৱবৰ্ষ। তাৰেই কামনাৰে… শুভ নৱবৰ্ষ!

 

   20. আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ এই নৱবৰ্ষই কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।

       এই কামনাৰে…শুভ নববৰ্ষ!

 

   21. নতুন বছৰৰ প্ৰতিদিনে সুখ, আনন্দৰে ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি আপোনাৰ জীৱনটো ৰঙীন আৰু সুন্দৰ কৰি তোলক।

         তাৰেই কামনাৰে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ।

 

   22. আপোনাৰ বাবে নতুন বছৰটোৱে যেন জীৱনত সুখ, শান্তি, প্ৰেম আৰু এক নতুন প্ৰাণ, প্ৰেৰণাৰে পৰিপূৰ্ণ কৰি তোলক। তাৰে কামনা কৰিলোঁ।

 

   23. আপোনাৰ জীৱনটো হ‌ওঁক সূৰ্যৰ দৰে উজ্জ্বল, পানীৰ দৰে শীতল, মৌৰ দৰে মিঠা।

         আশাকৰোঁ এই নববৰ্ষত আপোনাৰ সকলো আশা যেন পূৰ্ণ হ‌য়…

         শুভ নববৰ্ষ!

 

   24. বিগত বৰ্ষৰ মধুৰ মূহুৰ্ত বোৰ স্মৃতিৰ মণিকুঠত ৰাখি,

         নববৰ্ষত নতুন আশাৰে নতুন উদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নববৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।

 

   25. নতুন বছৰটোৱে যেন তোমাৰ জীৱনত সুখ, শান্তি, প্ৰেম আৰু নতুন প্ৰাণ, প্ৰেৰনাৰে পৰিপূৰ্ণ কৰি তোলক... তাৰেই কামনা কৰিলোঁ। শুভ নববৰ্ষ!

 

   26. নতুন বছৰে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ সুখ, শান্তি, সমৃদ্ধি, কঢ়িয়াই আনক আৰু বছৰটো

         আপোনাৰ বাবে অতি ফলপ্ৰসূ হওক,

         তাৰে কামনাৰে…শুভ নববৰ্ষ!

 

   27. নতুন বছৰৰ প্ৰতিটো মুহূৰ্তত ৰঙীন আৰু আগন্তুক দিনবোৰ সুন্দৰ আৰু সমৃদ্ধিশালী হওঁক!

         তাৰেই কামনাৰে... শুভ নববৰ্ষ!

 

   28. আশাবোৰ পূৰণ হওক, সপোনবোৰ বাস্তৱ হওক, দুখবোৰ গুচি যাওক, আপোনাৰ নতুন বছৰৰ দিনবোৰ ভাল হওক। শুভ নববৰ্ষ!

 

   29. অতীতৰ দুখ বোৰ পাহৰি নতুন বছৰৰ নতুন সপোনেৰে আপোনাৰ জীৱন সুখ শান্তিময় হ‌ওঁক।

         তাৰে কামনাৰে… শুভ নববৰ্ষ!

 

   30. নৱবৰ্ষৰ প্ৰতিটো দিনেই সফলতাৰ ফাকু চতিয়াই, ৰঙীন কৰি তোলক আপোনাৰ জীৱন।

         নতুন আশাৰে, প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, সুখৰ হওঁক, সফলতাৰে ভৰি পৰক...

         তাৰে কামনাৰে, নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ!

 

   

 

So, that's our list of New Year wishes in Assamese.

 

Select whichever you like and make use of it this new year to wish your friends and family.

 

If you want more content such as this, keeping watching out for our next blog post. 

 

And if you are looking the perfect New Year gift, we recommend you check out our Assamese T-shirt Collections

 

Have a very Happy New Year!