Ah, that time of the year that we all look forward to!
It’s the time to celebrate a new beginning. The time to cherish our near and dear ones. And the time to strengthen our bond with the community at large.
So, today, we bring you 70 best Rongali Bihu wishes in Assamese that you can make use of this Bihu!
19. আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰাঙলী বিহুৰ শুভেচ্ছা জনাইছোঁ, এই উৎসৱটোৱে আপোনাক যথেষ্ট আনন্দ আৰু সফলতা আনিদিয়ক।
20. নতুন সূর্য, নতুন প্রান, নতুন সুৰ, নতুন গান, নতুন পোহৰ, নতুন প্ৰভাত, নতুন বছৰ হওঁক ভাল, শেষ হওঁক বিষাদ, শুভ হওঁক নৱবর্ষ… আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ অসমীয়া নৱবর্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।