Menu

  1. Home
  2. Blog
  3. Sad Assamese Quotes: Top 25 Sad Quotes in Assamese

Sad Assamese Quotes: Top 25 Sad Quotes in Assamese

by FittingFattang.com, 29 Dec 2024

Looking for sad Assamese quotes?

 

Well, today we bring you 25 best sad quotes in Assamese that will tug at your heartstrings. 

 

Here they are: 

 

 1.  দূৰত্বই একোটা সম্পৰ্কৰ শেষ
      কেতিয়াও কৰিব নোৱাৰে!
      কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ
      শেষ কৰি দিয়ে।।

 2. যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়টো 
     এদিন পাহৰি যাবাৰ কিন্তু,
     যাৰ বাবে তুমি কান্দিবা তেওঁক 
     কেতিয়াও পাহৰিব নোৱাৰা।।

 3. অনুভূতিবোৰ আগৰ দৰেই আছে,
      তুমি সলনি হৈ গ'লা,
      সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য
      নাইকিয়া হৈ পৰিল।।

 4. আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, 
     তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয়।।

 5. চকুপানীৰ আঁৰত থকা দুখবোৰ 
     কোনো নেদেখে, কিন্তু 
     ভুল বোৰ সকলোৱে দেখে।।

 6. যিমানেই ডাঙৰ হৈছোঁ 
     আনন্দবোৰ সিমানেই দূৰৈত
     হেৰাই গৈছে।।

 7. চকুলোবোৰ শৰতৰ নিয়ৰ হৈ সৰিছে,
     আকাশ কি মাটি, 
     সকলো চোন খালি হৈ পৰিছে, নাজানো 
     জীৱনে কিহৰ হিচাপ লৈছে,
     যিবোৰেই এতিয়া দূৰত্ব বঢ়াই গৈ আছে।।

 8. দুখ বােৰ সদায় চকুপানী হৈ 
     প্রকাশ নাপাই,
     কেতিয়াবা কেতিয়াবা এটা মিঠা 
     হাঁহিৰেও প্রকাশ পাই।।

 9. মৌনতা যেতিয়া শ্রেষ্ঠ হৈ পৰে 
     ‌কোনােবাখিনিত হৃদয়খনে 
     ফেঁকুৰী উঠে।।

 10. আপোন যেন লগা প্রত্যেক জন ব্যক্তি
       যেনেকৈ আপোন নহয়,
       ঠিক তেনেকৈ হাঁহি থকা সকলো 
       ব্যক্তি সুখী নহয়।।

 11. কিছুমান দুখ এনেকুৱা হয়,
       যাক আমি সহ্য কৰিব পাৰোঁ,
       কিন্তু কাৰো আগত ব্যাখ্যা কৰিব 
       নোৱাৰোঁ।।

 12. বিশ্বাস বহুতে ভাঙিছে
       আঘাটো বহুতে দিছে,
       কিন্তু মিছাকৈ হ'লেও 
       মুখত এটা হাঁহি লৈ,
       সকলোকে মাফ কৰি গৈছোঁ।।

 13. সুখ এনেকুৱা এটা App
       যিটো সকলোৰে জীৱনত 
       Install নহয়।।

 14. নিজকে তেতিয়াই বৰ অকলশৰীয়া 
       অনুভৱ হয়, যেতিয়া বিপদৰ সময়ত 
       প্ৰিয় জনে সংগ এৰি দিয়ে।।

 15. সিদিনা বুজিবা সিদিনা বিচাৰিবা,
       আজি তুমি নাই, 
       সেইদিনা হয়টো ম‌ই নাথাকিল।।

 16. কান্দি থকা দুচকুৱে কেতিয়াও মিছাকৈ       
       নকয়, চকুৰপানী তেতিয়াহে ওলাই,
       যেতিয়া কোনো আপোন মানুহ আতৰি
       যায়।।

 17. নিশা যিমানেই গভীৰ হৈ পৰে,
       একুৰা জুই জ্বলি উঠে দপদপাই
       হাজাৰ প্ৰয়াস কৰিছোঁ হৃদয়ৰ যন্ত্ৰণাক 
       সমাধিস্থ কৰিব, কিন্তু ম‌ই অসফল।।

 18. কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়,
       কঠিন হৈছে তেওঁৰ সৈতে কটোৱা
       প্রতিটো মুহৰ্তৰ অনুভতি বিলাক পাহৰি  
       যোৱাটো।।

 19. এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট 
       পাই, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ 
        দৰে বিশ্বাস কৰি পেলাই।।

 20. দেহৰ আঘাতবোৰ সহ্য কৰিব পাৰি
       কিন্তু মনৰ আঘাতবোৰ সহ্য কৰিব নোৱাৰি।।

 21. জীৱনটো খুবেই কষ্টকৰ কিন্তু সেয়া কাকো
       বুজাব পৰা নাযায,
       মনটো বৰ অসহায় কিন্তু সেয়া কাকো 
       দেখুৱাব পৰা নাযায়,
       জীৱনত বহুত কিবা কিবি সপােন দেখিব     
       পাৰি,
       কিন্তু বিচাৰিলে সকলাে পােৱা নাযায়।।

 22. কোনোবা হেৰাই গ'লে বিচাৰি পোৱা যায়,
        কিন্তু সলনি হৈ গ'লে তেওঁক আৰু ঘূৰাই 
        পোৱা নাযায়।।

 23. মানুহ যেতিয়া অধিক কষ্ট পাই,
       তেতিয়া একেবাৰে চুপ হৈ যায়
       কাৰণ কষ্টৰ কথা কাকো বুজাই
       কোৱাটো সম্ভৱ নহয়।।

 24. অলপতে যাৰ চকুপানী ওলায়,
       সিহঁতক সকলোৱে কষ্ট দি ভালপায়।।

 25. বহুত কষ্ট হয় তেতিয়া,
       যেতিয়া আপোন মানুহবোৰে 
       পৰিস্থিতি নুবুজি ভুল বুজে।।

 

Hope you liked these sad and meloncholic Assamese quotes. 

 

For more content such as this, do keep following our blog. 

 

In case you like all things Assam and Assamese, we suggest you check out our Assamese T-shirt Collections

 

From thought-provoking to hilarious. From pop culture to ancient wisdom. Our t-shirts cover them all. 

 

They are a perfect everyday wear to show your love for everything Assam. 

 

So, check them out. 

 

Until next time... 

 

Take care.