Menu

  1. Home
  2. Blog
  3. Top 30 Assamese Motivational Quotes on Self-confidence

Top 30 Assamese Motivational Quotes on Self-confidence

by FittingFattang.com, 09 Nov 2024

Are you looking for Assamese motivational quotes on self-confidence?

 

Well, we've got you covered today.

 

In today's blog post we will highlight 30 best self-confidence motivational quotes in Assamese to get you inspired. 

 

So, let's start.

 

   1. তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্য্যক্ৰম বিলাক আগতে স্থিৰ কৰি লোৱা,
       দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব।

 

   2. আপুনি যদি সেই মানুহজনক বিচাৰি আছে,

       যিজনে আপোনাৰ জীৱন সলনি কৰিব,
       তেনেহলে আইনাত নিজকে চাই ল‌ওঁক।

 

   3. মানুহ সফল তেতিয়া হয়, যেতিয়া জগতক নহয়,
        বৰঞ্চ নিজক সলনি কৰিবলৈ আৰম্ভ কৰে।

 

   4. আজি যদি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰি যোৱা,
       তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব।

 

   5. যিজন মানুহ মনৰ পৰা নিজকে সুখী নাভাবে,
       সেই জল মানুহ ৰাজপ্ৰসাদত থাকিলেও সুখী নহয়।

 

   6. কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে,

       কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল 
       আছে যাক আনেও সহ্য কৰি আহিছে।

 

   7. জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে।

 

   8. সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই কলা দুটা হৈছে…
      “চেষ্টা আৰু পৰিশ্ৰম”

 

   9. জীৱনত সুখী হ'বলৈ হ'লে, যিবোৰ ভাল পাই সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক ।

       নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি ল‌ওক।

 

   10. ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে,
         আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে।

 

   11. চেষ্টা ইমান সান্ত হৈ কৰা যাতে সফলতা চিঞৰি আহে।

 

   12. আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান,

         গতিকে জীৱনৰ অকণমান সময় যুঁজি ভাগৰি হাৰি গ'লে নহব... গোটেই জীৱন যুঁজিব লাগিব।

 

   13. আনে যিমানেই যি নক‌ওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক,
         কিয়নো সূৰ্যয্য‌ই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে।

 

   14. জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাবে গঢ়ি ল‌ওক,

         যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে।

 

   15. তোমাৰ জীৱনত যিমানেই সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা,

         কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে।

 

   16. পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও,

         আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে।

 

   17. আনৰ কথা শুনা জনে ভাঙি যায়,

         নিজৰ কথা শুনা জনে নিজকে গঢ়ি লয়।

 

   18. জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা,

         নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা।

 

   19. সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা,

         তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা শিক্ষা লোৱাটো।

 

   20. কোনো ব্যক্তি অসফল নহয়, যেতিয়া তেওঁ হাৰি যায়, 

         অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে, মই  জিকিব নোৱাৰিম।

 

   21. জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে,

         সৈইজনেও জয়লাভ কৰে যিজনে ভাবে যে, মই জয়ী হ'ব পাৰিম।

 

   22. যদি কিবা কাম কৰি থাকোতে ভাগৰি পৰা,

          তেনেহলে অলপ বিশ্ৰাম লোৱা, কামটো এৰি নিদিবা।

 

   23. আপুনি যেতিয়ালৈকে চেষ্টা কৰা বন্ধ নকৰে,

         তেতিয়ালৈকে আপুনি বিফল নহয়।

 

   24. কেৱল তেওঁলোকৰ বাবেহে সকলো সম্ভৱ,

         যিসকলে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু হৈ থাকে।

 

   25. জীৱনত আগুৱাই যাওঁতে এটা কথা মনৰ পৰা নোহোৱা কৰি লবা,

         আৰু সেইটো হৈছে… আনে কি ভাবিব।

 

   26. যি সকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সৎ ব্যৱহাৰ নকৰে,

         সেই সকল মানুহে জীৱনত সদায় পিছ পৰি থাকে।

 

   27. বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা,

         কাৰণ এইটোৱেই হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা।

 

   28. যদি আপুনি সৈই কথাবোৰ ভাবি থাকে, যিবোৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে,

         তেন্তে, আপুনি নিজৰ সময়বোৰক নষ্ট কৰাৰ বাদে একো কৰি নাথাকে।

 

   29. সময়বোৰ আপোনাৰ নিজৰ, কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাব‌ও পাৰে,

         আৰু যদি বিছাৰে সময়বোৰক ভুল এজনৰ লগত কটাই নষ্ট‌ও কৰিব পাৰে।

 

   30. আমাৰ সকলোতকৈ ডাঙৰ দূৰ্বলতা হৈছে, মাজ বাটতে ভাগৰি পৰা।
         সফল হোৱাৰ সকলোতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।

 

So here they are! 


We hope these quotes help you get inspired & motivated. 

 

And if you want to stay motivated everyday, we recommend you to check out our Assamese Motivational T-shirt Collection!

 

Our motivational t-shirts are perfect for everyday wear.

 

And they also serve as a daily reminder to stay motivated for the dreams that drive you in life. 

 

Till next time... 

 

Keep moving. Forward. Every day.