No products in the cart.
Return To ShopNo products in the cart.
Return To Shop
আপুনি কাৰোবাক অসমীয়াত জন্ম দিনৰ শুভেচ্ছা জনাব বিছাৰে নেকি ?
যদি বিছাৰে তেন্তে আমি আপোনালৈ লৈ আহিছোঁ ২৫ টা ধৰণৰ জন্ম দিনৰ শুভেচ্ছা বাণী |
So, check out these 25 Birthday Wishes in Assamese with their English meanings below.
হাঁহিৰে জীৱন গণনা কৰক, চকুপানীৰে নহয়, বয়স বন্ধুবৰ্গৰ দ্বাৰা গণনা কৰক, বছৰৰ দ্বাৰা নহয়… শুভ জন্মদিন !
English Meaning: Count your life by smiles, not tears; count your age by friends, not years… Happy Birthday!
আন এটা দু:সাহসিক অভিযানপূৰ্ণ বছৰে আপোনাৰ বাবে অপেক্ষা কৰি আছে, আপোনাৰ জন্মদিন আড়ম্বৰ আৰু সৌন্দৰ্য্যৰে উদযাপন কৰি ইয়াক স্বাগতম জনাওঁক… শুভ জন্মদিন !
English Meaning: Another adventure-filled year awaits you; welcome it by celebrating your birthday with pomp and beauty… Happy Birthday!
অতীত পাহৰি যাওক আৰু ভবিষ্যতৰ বাবে অপেক্ষা কৰক, জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময় এতিয়াও আহিবলৈ বাকী… জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা !
English Meaning: Forget the past and look forward to the future; the best time of your life is yet to come… Heartfelt birthday greetings!
তোমাৰ অপূৰ্ণ সপোন বোৰ আজিৰ এই ওপজা দিনৰ পৰাই পূৰ্ণ হোৱাৰ কামনা কৰিলো… শুভ জন্মদিন !
English Meaning: I wish that all your unfulfilled dreams start coming true from this very birthday… Happy Birthday!
অনাগত দিনবোৰ ৰোমাঞ্চকৰ, সুখৰ আৰু সম্ভাৱনাময় হোৱাৰ কামনাৰে… শুভ জন্মদিন !
English Meaning: Wishing that the coming days are exciting, happy, and full of possibilities… Happy Birthday!
এই বছৰটো সুযোগ, বিকাশ আৰু আপোনাৰ সপোনবোৰ বাস্তবায়িত কৰাৰ নতুন এক অধ্যায়… জন্মদিনৰ শুভ কামনা !
English Meaning: May this year be a new chapter of opportunities, growth, and the realization of your dreams… Best wishes for your birthday!
আজি এই বিশেষ দিনটোত প্ৰতিটো ক্ষন আনন্দেৰে উপচি পৰক, তাৰে কামনাৰে…শুভ জন্মদিন !
English Meaning: Wishing that every moment of this special day overflows with joy… Happy Birthday!
তুমি আজি আৰু এটা নতুন বছৰ আৰম্ভ কৰাত অভিনন্দন জনালো, আশাকৰোঁ অনাগত দিনবোৰ অধিক সুখৰ হওঁক… শুভ জন্মদিন !
English Meaning: Congratulations on starting another new year today; I hope the coming days are even happier… Happy Birthday!
আপোনাৰ আগন্তুক দিনবোৰ সুখ, শান্তি আৰু আনন্দময়ী হৈ পৰক… শুভ জন্মদিন !
English Meaning: May your upcoming days be filled with happiness, peace, and joy… Happy Birthday!
মৰম, হাঁহি আৰু অন্তহীন দু:সাহসিক অভিযানেৰে ভৰা এটা বছৰ কামনা কৰি জন্মদিনৰ শুভেচ্ছা জনালোঁ…শুভ জন্মদিন !
English Meaning: Wishing you a year full of love, laughter, and endless adventures… Happy Birthday!
তোমাৰ আগন্তুক দিনবোৰ সুখ, শান্তি আৰু আনন্দময়ী হৈ পৰক… শুভ জন্মদিন !
English Meaning: May your future days become happy, peaceful, and joyful… Happy Birthday!
তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা… জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো… শুভ জন্মদিন !
English Meaning: May every day of your life be filled with happiness, and may a flood of joy spread around you… Sending countless birthday wishes… Happy Birthday!
তোমাৰ জীৱন বিশাল সুখৰ মুহূৰ্ত্তৰ সৈতে আৰু পৰিয়ালৰ মৰমৰ উষ্ণতাৰ দ্বাৰা আৱৰি থাকক… শুভ জন্মদিন !
English Meaning: May your life be surrounded by immense moments of happiness and the warmth of your family’s love… Happy Birthday!
আগন্তুক বছৰটো তোমাৰ বাবে সৰ্বশ্ৰেষ্ঠ হওক আৰু সকলো আশা পূৰ্ণ হওক… শুভ জন্মদিন !
English Meaning: May the coming year be the best one for you and may all your hopes be fulfilled… Happy Birthday!
তোমাৰ জন্মদিন হাঁহি, প্ৰেম আৰু আশ্চৰ্যকৰ স্মৃতিৰে ভৰা এক নতুন প্ৰভাত হওক… শুভ জন্মদিন !
English Meaning: May your birthday be a new dawn filled with laughter, love, and wonderful memories… Happy Birthday!
শুভ জন্মদিন… তুমি কুশলে থাকা, তোমাৰ সকলো সপোন দিঠকত পৰিণত হওঁক আজি তোমাৰ জন্মদিনৰ দিনাই ঈশ্বৰৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰিছো ।
English Meaning: Happy Birthday… May you stay well; I pray to God on your birthday today that all your dreams turn into reality.
আপুনি অতীতত সকলোৰে মাজত বিয়পা দিয়া সুখ আনন্দ বোৰ আজিৰ দিনটোত আপোনাৰ ওচৰলৈ ঘূৰি আহক… শুভ জন্মদিন !
English Meaning: May all the happiness and joy you have spread among others in the past return to you today… Happy Birthday!
জন্মদিন হৈছে এক নতুন আৰম্ভণি, এয়া এক নতুন পথেৰে আগবাঢ়ি যোৱাৰ সময়, আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যাওক, আজিৰ এই বিশেষ দিনটোত আপোনাক শুভেচ্ছা জনালোঁ… শুভ জন্মদিন !
English Meaning: A birthday is a new beginning; it is a time to move forward on a new path. Proceed with self-confidence and courage. My best wishes to you on this special day… Happy Birthday!
জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ, এই বছৰটোয়ে যাতে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনে সুখ – সমৃদ্ধিৰ বতৰা… শুভ জন্মদিন !
English Meaning: Heartfelt birthday greetings; may this year bring tidings of happiness and prosperity to your life… Happy Birthday!
ওপজা দিনৰ হিয়া ভৰা ওলগ জনালোঁ, জীৱনৰ এই নতুন বছৰটোয়ে যাতে আপোনাৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনে তাৰে কামনা কৰিলো…শুভ জন্মদিন !
English Meaning: Heartfelt greetings on your birthday; I wish that this new year of your life brings light into your world… Happy Birthday!
অন্তহীন প্ৰেম আৰু পাহৰিব নোৱাৰা মুহূৰ্ত্তৰে আজিৰ দিনটো তোমাৰ বাবে চিৰস্মৰণীয় হৈ ৰওঁক… শুভ জন্মদিন !
English Meaning: May today remain unforgettable for you with endless love and memorable moments… Happy Birthday!
তোমাৰ এই বিশেষ দিনটোত মোৰ সকলো মৰম আৰু আন্তৰিক শুভেচ্ছা প্ৰেৰণ কৰিছো… শুভ জন্মদিন !
English Meaning: Sending all my love and sincere wishes to you on this special day… Happy Birthday!
আশাকৰোঁ আজিৰ এই বিশেষ মুহূৰ্ত্তই তোমাৰ জীৱনলৈ সীমাহীন সুখ, মৰম, আনন্দ আৰু সফলতা কঢ়িয়াই আনে… শুভ জন্মদিন !
English Meaning: I hope this special moment brings boundless happiness, love, joy, and success to your life… Happy Birthday!
অনাগত দিনবোৰ ৰোমাঞ্চকৰ, সুখৰ আৰু সম্ভাৱনাময় হোৱাৰ কামনাৰে… শুভ জন্মদিন !
English Meaning: Wishing that the coming days are thrilling, happy, and full of promise… Happy Birthday!
তোমাৰ এই বিশেষ দিনটো উদযাপন কৰা আৰু বাঢ়ি অহা বয়সৰ লগত অহা আনন্দবোৰকো আঁকোৱালি লোৱা…. শুভ জন্মদিন !
English Meaning: Celebrate this special day of yours and embrace the joys that come with growing older… Happy Birthday!
আমাৰ এই অসমীয়া জন্ম দিনৰ শুভেচ্ছা বাণী বোৰ কেনে পালে ?
আশা কৰিছো ভাল পাইছে |
আৰু এনেধৰণৰ contentৰ বাবে, kindly আমাৰ blogটো follow কৰি থাকিব |
