Marriage Anniversary Wishes For Wife in Assamese & English

Assamese Marriage Anniversary wishes For Wife

Marriage anniversaries are special milestones, and what better way to celebrate your love than with words straight from the heart—in your own language.

In this post, we’ve gathered the sweetest marriage anniversary wishes in Assamese & English to make your wife feel truly cherished and loved.

 

  1. মোক আটাইতকৈ ধুনীয়া জীৱন দিয়া আটাইতকৈ ধুনীয়া মহিলাগৰাকীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা।।
  • Happy anniversary to the most beautiful woman who gave me the most beautiful life.

 

  1. সঁচা প্ৰেমৰ সমাপ্তি নহয়, আশা কৰোঁ আমি আৰু বহু বছৰ 

এনেকৈয়ে আমাৰ বিশেষ দিনটো উদযাপন কৰি যাব পাৰো,

শুভ বাৰ্ষিকী।।

  • True love never ends. I hope we continue to celebrate this special day together for many more years. Happy Anniversary.

 

  1. মই তোমাক আৰু অধিক ভাল পাব বিচাৰো, 

তোমাক আদৰ কৰিব বিচাৰো, তোমাৰ যত্ন ল’ব বিচাৰো আৰু 

তোমাক সকলো সময়ৰ বাবে আটাইতকৈ সুখী ব্যক্তি হিচাপে গঢ়ি তুলিব বিচাৰো,

শুভ বিবাহ বাৰ্ষিকী।।

  • I want to love you more, cherish you more, take better care of you, and make you the happiest person forever. Happy Marriage Anniversary.

 

  1. শুভ বিবাহ বাৰ্ষিকী। প্ৰতিটো প্ৰেমকাহিনীয়েই বিশেষ, অনন্য আৰু সুন্দৰ, কিন্তু আমাৰ কাহিনীটো মোৰ প্ৰিয়।।
  • Happy Marriage Anniversary. Every love story is special, unique, and beautiful—but ours is my favourite.

 

  1. তুমি কিমান ধুনীয়া, মোৰ জীৱনত তোমাৰ ভূমিকা কি, সেয়া কেৱল মই অনুভৱ কৰিব পাৰো, আমাৰ এই পবিত্ৰ বান্ধোনে আৰু এটা বছৰ অতিক্ৰম কৰিলে, তোমাক শুভেচ্ছা জনালো।।
  • Only I can truly feel how beautiful you are and what you mean in my life. Another year has passed in our sacred bond – sending you my warm wishes.

 

  1. পৃথিৱীৰ একমাত্ৰ বিশেষ মহিলাগৰাকীলৈ বিবাহ বাৰ্ষিকীৰ শুভকামনা… বাকী থকা জীৱনটোত মই প্ৰতিদিনে আৰু প্ৰতি নিশাই তোমাক মোৰ কাষত বিচাৰো।।
  • Happy anniversary to the one and only special woman in the world… In the life ahead, I wish to have you by my side every day and every night.

 

  1. তুমি মোৰ কাষত থকাটোৱেই মোৰ জীৱনৰ পৰম প্ৰাপ্তি… শুভ বিবাহ বাৰ্ষিকী।।
  • Having you by my side is the greatest blessing of my life… Happy Marriage Anniversary.

 

  1. মোৰ জীৱনত তোমাৰ উপস্থিতিয়ে মোক পৃথিৱীৰ আটাইতকৈ সুখী,  আটাইতকৈ কৃতজ্ঞ আৰু ভাগ্যৱান ব্যক্তি কৰি তুলিলে, মোৰ আত্মাৰ সঙ্গীলৈ শুভ বাৰ্ষিকী।।
  • Your presence in my life has made me the happiest, most grateful, and most fortunate person in the world. Happy anniversary to my soulmate.

 

  1. শুভ বিবাহ বাৰ্ষিকী, তোমাক বিয়া কৰোৱাৰ দিনৰ পৰা তোমাৰ প্ৰতি ভালপোৱা বেছিকৈ বাঢ়িছে।।
  • Happy Marriage Anniversary. Since the day I married you, my love for you has only grown stronger.

 

  1. তোমাৰ দৰে এজনীক মোৰ জীৱনৰ সংগী হিচাপে পাই ম‌ই বহুত ধন্য অনুভৱ কৰোঁ,

তোমাৰ অবিহনে ম‌ই মোৰ জীৱন কল্পনা কৰিব নোৱাৰো, শুভ বিবাহ বাৰ্ষিকী।।

  • I feel truly blessed to have someone like you as my life partner. I can’t even imagine my life without you. Happy Marriage Anniversary.

 

A few loving words can make a big moment unforgettable.

We hope these Assamese anniversary wishes help you express your feelings beautifully and make your wife smile a little brighter today.

Here’s to many more years of love and togetherness!

Blog Post Banner

Author Post

Add comment

Your email address will not be published. Required fields are marked

Related Articles

Kiba Prosno Ase? Chat with us!