No products in the cart.
Return To ShopNo products in the cart.
Return To Shop
Looking for Sad Assamese Quotes?
Well, today we bring you 25 best Sad Quotes in Assamese that will tug at your heartstrings.
So, here they are:
দূৰত্বই একোটা সম্পৰ্কৰ শেষ কেতিয়াও কৰিব নোৱাৰে! কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে।।
English Meaning: Distance can never end a relationship! But silence is what brings those relationships to an end.
যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়টো এদিন পাহৰি যাবাৰ কিন্তু, যাৰ বাবে তুমি কান্দিবা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা।।
English Meaning: You might one day forget the person you laughed with, but you can never forget the one for whom you cried.
অনুভূতিবোৰ আগৰ দৰেই আছে, তুমি সলনি হৈ গ’লা, সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল।।
English Meaning: The feelings are still the same, but you have changed; perhaps that is why those feelings have lost their value.
আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয়।।
English Meaning: When the person you trust the most breaks that trust, you no longer have the courage to trust anyone else.
চকুপানীৰ আঁৰত থকা দুখবোৰ কোনো নেদেখে, কিন্তু ভুল বোৰ সকলোৱে দেখে।।
English Meaning: No one sees the pain hidden behind the tears, but everyone notices the mistakes.
যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে।।
The older I grow, the further away my joys seem to get lost.
চকুলোবোৰ শৰতৰ নিয়ৰ হৈ সৰিছে, আকাশ কি মাটি, সকলো চোন খালি হৈ পৰিছে, নাজানো জীৱনে কিহৰ হিচাপ লৈছে, যিবোৰেই এতিয়া দূৰত্ব বঢ়াই গৈ আছে।।
English Meaning: Tears are falling like autumn dew; the sky and the earth both seem empty. I don’t know what account life is settling, for everything is only increasing the distance now.
দুখ বােৰ সদায় চকুপানী হৈ প্রকাশ নাপাই, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্রকাশ পাই।।
English Meaning: Pain isn’t always expressed through tears; sometimes, it is expressed through a sweet smile.
মৌনতা যেতিয়া শ্রেষ্ঠ হৈ পৰে কোনােবাখিনিত হৃদয়খনে ফেঁকুৰী উঠে।।
English Meaning: When silence becomes supreme, the heart sobs somewhere deep within.
আপোন যেন লগা প্রত্যেক জন ব্যক্তি যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়।।
English Meaning: Just as everyone who seems close isn’t truly your own, not everyone who smiles is actually happy.
কিছুমান দুখ এনেকুৱা হয়, যাক আমি সহ্য কৰিব পাৰোঁ, কিন্তু কাৰো আগত ব্যাখ্যা কৰিব নোৱাৰোঁ।।
English Meaning: Some sorrows are such that we can endure them, but we can never explain them to anyone.
বিশ্বাস বহুতে ভাঙিছে আঘাটো বহুতে দিছে, কিন্তু মিছাকৈ হ’লেও মুখত এটা হাঁহি লৈ, সকলোকে মাফ কৰি গৈছোঁ।।
English Meaning: Many have broken my trust and many have hurt me, but even if it’s forced, I keep a smile on my face and continue to forgive everyone.
সুখ এনেকুৱা এটা App যিটো সকলোৰে জীৱনত Install নহয়।।
English Meaning: Happiness is like an app that doesn’t get installed in everyone’s life.
নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয়, যেতিয়া বিপদৰ সময়ত প্ৰিয় জনে সংগ এৰি দিয়ে।।
English Meaning: One feels truly lonely only when a loved one leaves their side during a time of danger or trouble.
সিদিনা বুজিবা সিদিনা বিচাৰিবা, আজি তুমি নাই, সেইদিনা হয়টো মই নাথাকিল।।
English Meaning: That day you will understand, that day you will look for me; today you aren’t here, but that day, perhaps I won’t be here either.
কান্দি থকা দুচকুৱে কেতিয়াও মিছাকৈ নকয়, চকুৰপানী তেতিয়াহে ওলাই, যেতিয়া কোনো আপোন মানুহ আতৰি যায়।।
English Meaning: Weeping eyes never lie; tears only fall when someone dear moves away.
নিশা যিমানেই গভীৰ হৈ পৰে, একুৰা জুই জ্বলি উঠে দপদপাই হাজাৰ প্ৰয়াস কৰিছোঁ হৃদয়ৰ যন্ত্ৰণাক সমাধিস্থ কৰিব, কিন্তু মই অসফল।।
English Meaning: As the night deepens, a fire blazes within; I have tried a thousand times to bury the agony of my heart, but I have failed.
কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্রতিটো মুহৰ্তৰ অনুভতি বিলাক পাহৰি যোৱাটো।।
English Meaning: It is not hard to forget someone; what is hard is forgetting the feelings of every moment spent with them.
এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই, যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই।।
English Meaning: In this world, the person who suffers the most is the one who trusts people blindly and without doubt.
দেহৰ আঘাতবোৰ সহ্য কৰিব পাৰি কিন্তু মনৰ আঘাতবোৰ সহ্য কৰিব নোৱাৰি।।
English Meaning: Wounds on the body can be endured, but wounds of the mind/soul are unbearable.
জীৱনটো খুবেই কষ্টকৰ কিন্তু সেয়া কাকো বুজাব পৰা নাযায, মনটো বৰ অসহায় কিন্তু সেয়া কাকো দেখুৱাব পৰা নাযায়, জীৱনত বহুত কিবা কিবি সপােন দেখিব পাৰি, কিন্তু বিচাৰিলে সকলাে পােৱা নাযায়।।
English Meaning: Life is very difficult, but that cannot be explained to anyone; the heart is very helpless, but that cannot be shown to anyone. One can dream many dreams in life, but not everything one desires can be found.
কোনোবা হেৰাই গ’লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ’লে তেওঁক আৰু ঘূৰাই পোৱা নাযায়।।
English Meaning: If someone is lost, they can be found; but if someone changes, they can never be brought back.
মানুহ যেতিয়া অধিক কষ্ট পাই, তেতিয়া একেবাৰে চুপ হৈ যায় কাৰণ কষ্টৰ কথা কাকো বুজাই কোৱাটো সম্ভৱ নহয়।।
English Meaning: When people are deeply hurt, they become completely silent because it is impossible to explain that pain to anyone.
অলপতে যাৰ চকুপানী ওলায়, সিহঁতক সকলোৱে কষ্ট দি ভালপায়।।
English Meaning: Everyone seems to enjoy hurting those whose tears fall easily.
বহুত কষ্ট হয় তেতিয়া, যেতিয়া আপোন মানুহবোৰে পৰিস্থিতি নুবুজি ভুল বুজে।।
English Meaning: It hurts deeply when your own people misunderstand you without understanding the situation.
Hope you liked these sad and meloncholic Assamese quotes.
For more content such as this, do keep following our blog.
Until next time…
Take care.
